Saturday, 25 April 2020

Student's Guide : General Knowledge |About Assam | District's name of Assam | অসমৰ বিষয়ে | অসমৰ জিলাসমূহ |

অসমৰ  জিলাসমুহৰ  নাম  আৰু  গঠন  হোৱা  তাৰিখ : 

১) তিনিচুকীয়া  জিলা ( ১ অক্টোবৰ , ১৯৮৯)

২) ডিব্ৰুগড়  জিলা ( ২ অক্টোবৰ , ১৯৭১ )

৩) ধেমাজি  জিলা ( ১৯৮৯ )

৪) চৰাইদেও  জিলা ( ১৫ আগষ্ট , ২০১৫ )

৫) শিৱসাগৰ  জিলা ( তথ্য  নাই )

৬) লক্ষীমপুৰ  জিলা ( ১৯৮৯ )

৭) মাজুলী  জিলা ( ২৭ জুন , ২০১৬ )

৮) যোৰহাট  জিলা ( ১৯৮৩ )

৯) বিশ্বনাথ  জিলা ( ১৫  আগষ্ট , ২০১৫ )

১০) গোলাঘাট  জিলা ( ১৫  আগষ্ট , ১৯৮৭ )

১১) পূব  কাৰ্বি  আংলং  জিলা ( ২০১৬ )

১২) শোণিতপুৰ  জিলা ( ১  জুলাই , ১৯৮৩ )

১৩) নগাঁও  জিলা ( তথ্য নাই  )

১৪) হোজাই  জিলা ( ১৫  আগষ্ট , ২০১৫ )

১৫) পশ্চিম  কাৰ্বি  আংলং  জিলা ( ২০১৬ )

১৬) ডিমা  হাচাও  জিলা ( ২  ফেব্ৰুৱাৰী , ১৯৭০ )

১৭) কাছাৰ  জিলা ( তথ্য নাই  )

১৮) হাইলাকান্দি  জিলা ( ১৯৮৯ )

১৯) কৰিমগঞ্জ  জিলা ( ১  জুলাই , ১৯৮৩ )

২০) মৰিগাঁও  জিলা ( তথ্য নাই  )

২১) ওদালগুৰি  জিলা ( ১০  ফেব্ৰুৱাৰী , ২০১০ )

২২) দৰং জিলা ( ১  জুলাই , ১৯৮৩ )

২৩) কামৰূপ  মহানগৰ  জিলা ( ৩  ফেব্ৰুৱাৰী , ২০০৩ )

২৪) বাক্সা  জিলা ( ১  জুন , ২০০৪ )

২৫) নলবাৰী  জিলা ( তথ্য নাই  )

২৬) কামৰূপ  জিলা ( ৩  ফেব্ৰুৱাৰী , ২০০৩ )

২৭) বৰপেটা  জিলা ( ১৯৮৩ )

২৮) চিৰাং  জিলা ( ৪  জুন , ২০০৪ )

২৯) বঙ্গাইগাঁও  জিলা ( তথ্য নাই  )

৩০) গোৱালপাৰা  জিলা ( ১৯৮৩ )

৩১) কোকৰাঝাৰ  জিলা ( ১  জুলাই , ১৯৮৩ )

৩২) ধুবুৰী  জিলা ( তথ্য নাই  )

৩৩) দক্ষিণ  শালমৰা - মানকাচাৰ  জিলা ( ৯ ফেব্ৰুৱাৰী , ২০১৬ )

1 comment:

  1. Really Good brother for giving this general knowledge

    ReplyDelete

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...