Class 4| ASSAMESE TEXTBOOK SOLUTION (SCERT)|অসমীয়া পাঠ্যপুথি " অংকুৰণ " ৰ পাঠভিত্তিক সংগৃহীত| যুক্তাক্ষৰ শব্দ সম্ভাৰ :
ষ্ণ = ষ + ণ ; শব্দ = বিষ্ণু , বৈষ্ণৱ , সহিষ্ণু
শ্ব = শ + ব ; শব্দ = অশ্ব , নশ্বৰ , নৰেশ্বৰ
ণ্ড = ণ + ড ; শব্দ = লণ্ডন , খণ্ডন , মুণ্ডন
ল্প = ল + প ; শব্দ = গল্প , অল্প , শিল্প , শিল্পী
স্কৃ = স + ক + ঋ ; শব্দ = সংস্কৃতি , সংস্কৃত
ক্ষ্ম = ক্ষ + ম ; শব্দ = সূক্ষ্ম , যক্ষ্মা , লক্ষ্মী
ঙ্গ = ঙ + গ ; শব্দ = অঙ্গ , সঙ্গ , সুৰঙ্গ
জ্ৰ = জ + ৰ ; শব্দ = বজ্ৰ , বজ্ৰধৰ , বজ্ৰলেপ , বজ্ৰপাত
ন্ধ = ন + ধ ; শব্দ = অন্ধ , আন্ধাৰ , অন্ধকাৰ
ন্দ = ন + দ ; শব্দ = আনন্দ , নন্দন , নন্দ , নন্দিনী
হ্ম = হ + ম ; শব্দ = ব্ৰহ্মা , ব্ৰহ্মাণ্ড , ব্ৰহ্মানন্দ
শ্চ = শ + চ ; শব্দ = পশ্চিম , পশ্চিমীয়া , পশ্চিমবংগ
দ্ম = দ + ম ; শব্দ = পদ্ম , ছদ্মনাম , পদ্মাৱতী
ন্ম = ন + ম ; শব্দ = জন্ম , জন্মদিন , জন্মাষ্টমী
ক্ম = ক + ম ; শব্দ = ৰুক্ম , ৰুক্মিণী , ৰূক্মিণীহৰণ
ত্ম = ত + ম ; শব্দ = আত্মা , মহাত্মা , পৰমাত্মা
গ্ম = গ + ম ; শব্দ = বাগ্মী , যুগ্ম , অযুগ্ম
ল্ম = ল + ম ; শব্দ = গুল্ম , কল্মৌ , বাল্মিকী
ক্ল = ক + ল ; শব্দ = ক্লান্ত , ক্লেশ , শুক্লপক্ষ
গ্ল = গ + ল ; শব্দ = গ্লানি , গ্লোব , গ্লুকোজ
প্ল = প + ল ; শব্দ = প্লেগ , প্লাৱন , বিপ্লৱ
ফ্ল = ফ + ল ; শব্দ = ফ্লেগ , ফ্লাক্স , ফ্লোৰেন্স
ম্ল = ম + ল ; শব্দ = ম্লান , অম্লান , অম্লজান
ল্ল = ল+ ল ; শব্দ = দিল্লী , উল্লাস , কল্লোল
ন্স = ন + স ; শব্দ = ফ্ৰান্স , ঝান্সী
শ্ল = শ + ল ; শব্দ = শ্লোক , শ্লেষ্মা , সংশ্লিষ্ট
ব্ল = ব + ল ; শব্দ = ব্লেড , ব্লাউজ , ব্লেকবোৰ্ড
হ্ল = হ + ল ; শব্দ = আহ্লাদ , প্ৰহ্লাদ
ত্ন = ত + ন ; শব্দ = পত্নী , যত্ন , ৰত্ন
ক্ষ্ণ = ক্ষ + ণ ; শব্দ = তীক্ষ্ণ
হ্ণ = হ + ণ ; শব্দ = অপৰাহ্ণ , প্ৰাহ্ণ ( দুপৰীয়া )
হ্ন = হ + ন ; শব্দ = অহ্ন ( দিন )
ন্তু = ন + ত + উ ; শব্দ = জন্তু , কিন্তু
স্তু = স + ত + উ ; শব্দ = বস্তু , স্তুতি
স্হ = স + হ ; শব্দ = স্হায়ী , স্হান
ত্ৰ = ত + ৰ ; শব্দ = পত্ৰ , সূত্ৰ
ঞ্জ = ঞ + জ ; শব্দ = আঞ্জা , অঞ্জলি
ধ্ব = ধ + ব ; শব্দ = ধ্বনি , ধ্বংসাত্মক
ভ্য = ভ + য ; শব্দ = সভ্য , সভ্যতা
ল্গ = ল + গ ; শব্দ = ভল্গা , বল্গা
ণ্ঢ = ণ + ঢ ; শব্দ = সণ্ঢালনি , সণ্ঢালন
ষ্প = স + প ; শব্দ = বাষ্প , পুষ্প
ত্ম্য = ত + ম + য ; শব্দ = মাহাত্ম্য , দৌৰাত্ম্য
ষ্প্ৰ = ষ + প + ৰ ; শব্দ = নিষ্প্ৰাণ , দুষ্প্ৰাপ্য
ষ্ক্ৰ = ষ + ক + ৰ ; শব্দ = নিষ্ক্ৰিয় , নিষ্ক্ৰান্ত
ন্ত্ৰ = ন + ত + ৰ ; শব্দ = মন্ত্ৰ , যন্ত্ৰ
ক্ত = ক + ত ; শব্দ = শাক্ত , শক্তিশালী
শ্ন = শ +ন ; শব্দ = প্ৰশ্ন , প্ৰশ্নবোধক
www.prodiptutorservices.blogspot.com

Thanks for connecting us .
ReplyDeleteGood note
ReplyDelete