◇ Advocate -- উকীল
◇ Agent -- দালাল/প্ৰতিনিধি
◇ Artist -- শিল্পী/চিত্ৰকৰ
◇ Author -- গ্ৰন্থকাৰ
◇ Barber -- নাপিত
◇ Blacksmith -- কমাৰ
◇ Boatman -- নাৱৰীয়া
◇ Book Binder -- কিতাপ বান্ধোতা
◇ Broker -- দালাল
◇ Butcher -- কচাই
◇ Butler -- ৰান্ধনি
◇ Carpenter -- বাঢ়ৈ/ কাঠমিস্ত্ৰী
◇ Chemist -- ঔষধ বিক্ৰেতা/ৰসায়নবিধ
◇ Cleark -- কেৰাণী
◇ Cleaner -- আনৰ ঘৰ আদি চাফা কৰোঁতা
◇ Coachman -- গাৰোৱান/ঘোঁৰা চালক
◇ Cobbler -- মুচী
◇ Constable -- কনিষ্টবল
◇ Coolie -- বস্তু-বাহানি কঢ়িওৱা মুটিয়া
◇ Cook -- ৰান্ধনি/ৰান্ধনী
◇ Dancer -- নৃত্যকাৰ/নৰ্তকী
◇ Dentist -- দন্ত চিকিৎসক
◇ Draftman -- নক্সা আঁকোতা
◇ Dramatist -- নাট্যকাৰ
◇ Druggist -- ঔষধ বিক্ৰেতা
◇ Editor -- সম্পাদক
◇ Engineer -- অভিযন্তা
◇ Examiner -- পৰীক্ষক
◇ Farmer -- খেতিয়ক
◇ Fisherman -- মাছুৱৈ
◇ Goldsmith -- সোণাৰী
◇ Hawker -- ফেৰিৱালা
◇ Inspector -- পৰিদৰ্শক
◇ Jeweller -- সোণ, ৰূপৰ বেপাৰী
◇ Journalist -- সাংবাদিক
◇ Landlord -- জমিদাৰ/ভূস্বামী
◇ Machanic -- মিস্ত্ৰী
◇ Magician -- যাদুকৰ
◇ Merchant -- বেপাৰী/সাউদ
◇ Messenger -- দূত
◇ Mid-wife -- ধাত্ৰী
◇ Milkman -- গুৱাল
◇ Milkwoman -- গোৱালিনী
◇ Novelist -- ঔপন্যাসিক
◇ Nurse -- শুশ্ৰূষাকাৰী
◇ Operator -- যন্ত্ৰচালক
◇ Painter -- ৰং দিওঁতা
◇ Photographer -- ছবি তোলোতা
◇ Physician -- চিকিৎসক
◇ Poet -- কবি/ৰচক
◇ Postman -- পিয়ন/ডাকোৱাল
◇ Potter -- কুমাৰ
◇ Politician -- ৰাজনীতিক
◇ Priest -- পুৰোহিত
◇ Sailor -- নাবিক
◇ Sculptor -- ভাস্কৰ/খনিকৰ
◇ Shopkeeper -- দোকানী
◇ Surgeon -- শল্যচিকিৎসক
◇ Tailor -- দৰ্জী
◇ Teacher -- শিক্ষক
◇ Waiter -- আলধৰা/সেৱক
◇ Washerman -- ধোবা
◇ Watchman -- চকীদাৰ
◇ Weaver -- তাঁতী/শিপিনী
◇ Writer -- লেখক