একে উচ্চাৰণৰ বানান আৰু অৰ্থৰ ভিন্নতা থকা কিছুমান শব্দ :
ই আৰু ঈ কাৰ যুক্ত শব্দ
আস্তিক ( ধাৰ্মিক, ঈশ্বৰ বিশ্বাসী )
আস্তীক ( এজন মুনিৰ নাম)
এৰি ( এৰ্ ধাতুৰ অসমাপিকা ৰূপ )
এৰী ( এবিধ পলু )
কড়ি ( এবিধ সৰু শামুক)
কৰী ( হাতী )
কলি ( এটা যুগ , কুমলীয়া গুটি )
ক'লী ( ক'লাৰ স্ত্ৰী লিঙ্গৰ ৰূপ )
কানি ( কাপোৰ, অফিং )
কাণী ( অন্ধ তিৰোতা)
কাঁহি ( কাঁহ ধাতুৰ অসমাপিকা ৰূপ )
কাঁহী ( কাঁহৰ ভাত খোৱা যতন , থাল )
কৃতি ( কাৰ্য )
কৃতী ( কৃতকৰ্মা )
খৰচি ( সাম্যক ৰূপে )
খৰচী ( খৰচ সাধ্য )
গণ্ডি ( চৌহদ )
গণ্ডী ( ধনু )
গিৰি ( পৰ্বত )
গিৰী ( গৰাকী )
ঘাটি ( কম , গোট খোৱা ঠাই )
ঘাতী ( বধ কৰোঁতা )
চিন ( চিহ্ন )
চীন ( এখন দেশৰ নাম )
চকি ( একোটা অঞ্চল )
চকী ( এবিধ আসন )
ছুটি ( চেঁকুৰ , ঢাপলি )
ছূটী ( কামৰ পৰা সাময়িক অৱসৰ )
চেকনি ( এছাৰি )
ছেকনী , ছেকনি ( ছেকা সঁজুলি )
জালি ( চিত্ৰ কটা ধাতুৰ পদাৰ্থ )
জালী ( অপৈনত ফল )
টিকা ( তিলক )
টীকা ( ব্যাখ্যা, ভাষ্য )
ঠগি ( ঠগ্ ধাতুৰ অসমাপিকা ৰূপ )
ঠগী ( থাপনা )
তলি ( তলৰ অংশ )
তলী ( স্হলী )
তুলি ( দাঙি )
তুলী ( তুলাৰ গাদী )
দিন ( দিৱস )
দীন ( দুখীয়া )
দ্বিপ ( হাতী )
দ্বীপ ( পানীৰে আগুৰা ঠাই )
ধ্বনি ( শব্দ )
ধনী ( চহকী )
পকি ( পক্ ধাতুৰ অসমাপিকা ৰূপ )
পকী ( ইটা, বালি, শিল আদিৰে নিৰ্মিত )
পৰিক্ষিত ( এজন ৰজাৰ নাম )
পৰীক্ষিত ( পৰীক্ষাসিদ্ধ )
পাণি ( হাত )
পানী ( জল )
পিত ( পিত্ত )
পীত ( হালধীয়া )
পিন ( আলপিন )
পীন ( স্হূল , ডাঙৰ )
ফণি ( চুলি আঁচোৰা সঁজুলি )
ফণী ( সাপ )
বলি ( ভাগৱতত উল্লিখিত এজন ৰজাৰ নাম )
বলী ( বলৱান )
বাকি ( ঢালি )
বাকী ( উঠনা , অৱশিষ্ট )
বাগি ( চাতুৰি )
বাগী ( এবিধ বাহন )
বাজি ( পণ )
বাঁজী ( বন্ধ্যা , সন্তান নথকা )
বানি ( তাঁত বা কাপোৰৰ পথালি দিশ )
বাণী ( বাক্য , বচন )
বাৰি ( পানী )
বাৰী ( গছ-গছনি থকা ঠাই )
বালি ( বলুকা )
বালী ( কিস্কিন্ধ্যাৰ ৰজা সুগ্ৰীৱৰ ককায়েক )
ভৰণি ( ক্ষতিপূৰণ )
ভৰণী ( এটা নক্ষত্ৰ )
মহিষ ( ম'হ )
মহীশ ( পৃথিৱীশ্বৰ )
মুচি ( কঁঠালৰ কলি )
মুচী ( চৰ্মকাৰ )
লিখনি ( ৰচনা )
লেখনী ( কলম )
শালি ( এবিধ ধান )
শালী ( যুক্ত বিশিষ্ট )
শিল ( প্ৰস্তৰ )
শীল ( আচৰণ )
সাৰি ( সাৰ্ ধাতুৰ অসমাপিকা ৰূপ )
শাৰী ( শ্ৰেণী )
সিটা ( ৰস চেপি উলিওৱা জাবৰ )
সীতা ( ভগৱান ৰামৰ পত্নী )
ই আৰু ঈ কাৰ যুক্ত শব্দ
আস্তিক ( ধাৰ্মিক, ঈশ্বৰ বিশ্বাসী )
আস্তীক ( এজন মুনিৰ নাম)
এৰি ( এৰ্ ধাতুৰ অসমাপিকা ৰূপ )
এৰী ( এবিধ পলু )
কড়ি ( এবিধ সৰু শামুক)
কৰী ( হাতী )
কলি ( এটা যুগ , কুমলীয়া গুটি )
ক'লী ( ক'লাৰ স্ত্ৰী লিঙ্গৰ ৰূপ )
কানি ( কাপোৰ, অফিং )
কাণী ( অন্ধ তিৰোতা)
কাঁহি ( কাঁহ ধাতুৰ অসমাপিকা ৰূপ )
কাঁহী ( কাঁহৰ ভাত খোৱা যতন , থাল )
কৃতি ( কাৰ্য )
কৃতী ( কৃতকৰ্মা )
খৰচি ( সাম্যক ৰূপে )
খৰচী ( খৰচ সাধ্য )
গণ্ডি ( চৌহদ )
গণ্ডী ( ধনু )
গিৰি ( পৰ্বত )
গিৰী ( গৰাকী )
ঘাটি ( কম , গোট খোৱা ঠাই )
ঘাতী ( বধ কৰোঁতা )
চিন ( চিহ্ন )
চীন ( এখন দেশৰ নাম )
চকি ( একোটা অঞ্চল )
চকী ( এবিধ আসন )
ছুটি ( চেঁকুৰ , ঢাপলি )
ছূটী ( কামৰ পৰা সাময়িক অৱসৰ )
চেকনি ( এছাৰি )
ছেকনী , ছেকনি ( ছেকা সঁজুলি )
জালি ( চিত্ৰ কটা ধাতুৰ পদাৰ্থ )
জালী ( অপৈনত ফল )
টিকা ( তিলক )
টীকা ( ব্যাখ্যা, ভাষ্য )
ঠগি ( ঠগ্ ধাতুৰ অসমাপিকা ৰূপ )
ঠগী ( থাপনা )
তলি ( তলৰ অংশ )
তলী ( স্হলী )
তুলি ( দাঙি )
তুলী ( তুলাৰ গাদী )
দিন ( দিৱস )
দীন ( দুখীয়া )
দ্বিপ ( হাতী )
দ্বীপ ( পানীৰে আগুৰা ঠাই )
ধ্বনি ( শব্দ )
ধনী ( চহকী )
পকি ( পক্ ধাতুৰ অসমাপিকা ৰূপ )
পকী ( ইটা, বালি, শিল আদিৰে নিৰ্মিত )
পৰিক্ষিত ( এজন ৰজাৰ নাম )
পৰীক্ষিত ( পৰীক্ষাসিদ্ধ )
পাণি ( হাত )
পানী ( জল )
পিত ( পিত্ত )
পীত ( হালধীয়া )
পিন ( আলপিন )
পীন ( স্হূল , ডাঙৰ )
ফণি ( চুলি আঁচোৰা সঁজুলি )
ফণী ( সাপ )
বলি ( ভাগৱতত উল্লিখিত এজন ৰজাৰ নাম )
বলী ( বলৱান )
বাকি ( ঢালি )
বাকী ( উঠনা , অৱশিষ্ট )
বাগি ( চাতুৰি )
বাগী ( এবিধ বাহন )
বাজি ( পণ )
বাঁজী ( বন্ধ্যা , সন্তান নথকা )
বানি ( তাঁত বা কাপোৰৰ পথালি দিশ )
বাণী ( বাক্য , বচন )
বাৰি ( পানী )
বাৰী ( গছ-গছনি থকা ঠাই )
বালি ( বলুকা )
বালী ( কিস্কিন্ধ্যাৰ ৰজা সুগ্ৰীৱৰ ককায়েক )
ভৰণি ( ক্ষতিপূৰণ )
ভৰণী ( এটা নক্ষত্ৰ )
মহিষ ( ম'হ )
মহীশ ( পৃথিৱীশ্বৰ )
মুচি ( কঁঠালৰ কলি )
মুচী ( চৰ্মকাৰ )
লিখনি ( ৰচনা )
লেখনী ( কলম )
শালি ( এবিধ ধান )
শালী ( যুক্ত বিশিষ্ট )
শিল ( প্ৰস্তৰ )
শীল ( আচৰণ )
সাৰি ( সাৰ্ ধাতুৰ অসমাপিকা ৰূপ )
শাৰী ( শ্ৰেণী )
সিটা ( ৰস চেপি উলিওৱা জাবৰ )
সীতা ( ভগৱান ৰামৰ পত্নী )
thanks for the valuable information. This is the best education website of assam
ReplyDeleteThank you for your lovely feedback.
ReplyDelete