পৃষ্ঠা নং : ৪১
প্ৰশ্নাৱলী :
ভাব - বিষয়ক :
১৷ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰ : ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্দ্ধমান শক্তি ।
২। 'ফ্ৰম ভলগা টু গংগা' কাৰ ৰচনা ?
উত্তৰ :'ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংকৃত্যায়নৰ
ৰচনা ।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ কি আখ্যা দিছে ?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণে 'কালিয়দমন'ৰ আখ্যা দিছে
যে আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য ।
৪। কোনটো যুুুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুুগ বুলিব
পাৰি ?
উত্তৰ : বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকে ভাৰতীয় সংস্কৃতিৰ
বিস্তাৰ যুগ বুলিব পাৰি ।
৫। শিৱ আৰু শক্তি পূজাৰ মূূূল ক'ত আৱিষ্কাৰ হৈছিল ?
উত্তৰ : শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত
আৱিষ্কাৰ হৈছিল ।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয়
ভাস্কৰ্যৰ মূল সম্পদ ।
৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?
উত্তৰ : অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা
হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন ।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা
হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ : গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ
বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্হায়ী
বোলা হৈছে ?
উত্তৰ : সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্হায়ী
বোলা হৈছে ।
১০৷ হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ
ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰ : হেম বৰুৱা সাহিত্য চৰ্চাত বহুত ধাউতি আছিল ।
সাম্প্ৰতিক কবিতাৰ পথ-প্ৰদৰ্শক বৰুৱাদেৱৰ ৰচনাসমূহ
হ'ল - 'বালিছন্দা' , 'মনময়ূৰী' , 'আধুনিক সাহিত্য' , 'এই
গাঁও এই গীত' , 'ৰঙা কৰবীৰ ফুল' , 'ইজৰাইল' , 'The
Red River and Blue Hill' ইত্যাদি । ইয়াৰ ওপৰিও
তেওঁ 'জনতা' আৰু 'পছোৱা' আলোচনী সম্পাদনা
কৰিছিল । ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম
সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আছিল ।
posted by Student's Guide

tq so much
ReplyDelete