1. Affect : ক্ষতিগ্ৰস্ত হোৱা ; প্ৰভাৱ পেলোৱা ।
Effect : সাধন কৰা; প্ৰভাৱ
2. Accept : গ্ৰহণ কৰা
Except : বাহিৰে ; অবিহনে
3. Beside : কাষত
Besides : তদুপৰি
4. Beneficial : উপকাৰী
Beneficiary : হিতাধিকাৰী ; উপকাৰ লাভ কৰোঁতা ।
5. Canvas : ডাঠ বা মোটা কাপোৰ ।
Canvass : বস্তু বিক্ৰীৰ বাবে বা ভোটৰ কাৰণে বিভিন্নজনৰ ওচৰলৈ যোৱা ।
6. Compliment: অভিনন্দন
Complement : পৰিপূৰক বা পূৰক ।
7. Decent : উপযুক্ত ; মাৰ্জিত ।
Dissent : অসন্মতি ।
8. Distinct : স্পষ্টভাৱে
Distinctive : বৈশিষ্ট্যপূৰ্ণ ; বৈশিষ্ট্য
9. Eligible : উপযুক্ত
Illegible : অনুপযুক্ত ; পঢ়িব নোৱাৰা আখৰ , অস্পষ্ট
10. Elusive : সহজে ধৰা নিদিয়া
Illusive : মায়াবী ; প্ৰতাৰণাপূৰ্ণা
11. Facilitate : সহজ কৰা
Felicitated : সম্বৰ্ধনা জনোৱা
12. Fain : ইচ্ছুক
Feign : ভাওজোৰা
13. Imaginary : কাল্পনিক
Imaginative : কল্পনা শক্তি থকা
14. Industrial : ঔদ্যোগিক
Industrious : পৰিশ্ৰমী
15. Judicial : আইন সম্পৰ্কীয় বা বিচৰালয়
Judicious : দূৰদৰ্শী ; বাস্তৱিক জ্ঞানসম্পন্ন
16. Luxurious : বিলাসী ; বিলাসবহুল
Luxuriant : ভৰপূৰ ; লহপহ
17. Metal : এবিধ ধাতু (তাম)
Mettle : মনোবল ; সাহসিকতাৰ গুণ
18. No : নাই ; নহয়
Know : জনা ; জ্ঞাত
19. Official : কাৰ্যালয় সম্পৰ্কীয়
Officious : প্ৰয়োজনতকৈ অধিক আগ্ৰহী লোক
20. Principal : প্ৰধান ; শিক্ষানুষ্ঠানৰ অধ্যক্ষ
Principle : নীতি ; প্ৰণালী
21. Reverend : শ্ৰদ্ধাৰ পাত্ৰ ; শ্ৰদ্ধাভাজন
Reverent : শ্ৰদ্ধাবান ; ভক্তিপূৰ্ণ
22. Site : অৱস্থান
Sight : দৃশ্য
No comments:
Post a Comment
Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.