Friday, 15 May 2020

Student's Guide : Class 3 | Assamese Textbook Solution | আমাৰ অসমীয়া পাঠ - তৃতীয় খণ্ড | পাঠ - ১ : দুটা একে ব্যঞ্জন বৰ্ণৰ যোগ |

শব্দ - অৰ্থ

মক্কা - হজৰত  মহম্মদৰ  জন্মস্হান , birth  place  of
    Hazarat  Muhammad
সজ্জা  - সাজপাৰ , costume
খচ্চা - গাঁঠি  লগা , knot
অন্ন - ভাত , চাউল ,  rice
উচ্চ - ওখ , high
চিত্ত - মন ,  বুদ্ধি , intellectual
ছিন্ন - কটা , severed
ঠাট্টা - নিন্দা , ইতিকিং , ridicule
■ কিল্লা - দুৰ্গ , কোঠ , fort
উদ্দেশ্য - লক্ষ্য , aim
সজ্জা - ভূষণ , decoration
■ অট্টালিকা - ডাঙৰ  পকীঘৰ , a  building
বিষণ্ণ - দুখ , sad
উন্নতি - অগ্ৰগতি , progress
আড্ডা - কেইবাজনো  লোকৰ  মাজত  হোৱা আলোচনা
    a  meeting
মক্কেল - মোকৰ্দমাৰ  গুচৰীয়া , a  client
উত্তম - শ্ৰেষ্ঠ , best
সজ্জন - ভদ্ৰলোক , a  gentleman
খদ্দৰ - হাতে কটা  সূতাৰে  বোৱা  কাপোৰ , hand
    woven  cloth
হৰপ্পা - প্ৰাচীন  নগৰৰ  ধ্বংসাৱশেষ  আৱিষ্কাৰ  হোৱা
    এখন  ঠাই , Harappa , an  archaeological  site
প্ৰফুল্ল - আনন্দিত , happy
উচ্চাৰণ - শব্দ  ফুটাই  মতা  কাৰ্য , pronounciation
উচ্চমনা - ডাঙৰ  মনৰ , high  minded
■ অহম্মক - মহামূূৰ্খ , an  idiot
প্ৰসন্ন - সন্তুষ্ট , pleased
প্ৰপন্ন - সেৱাপৰায়ণ , very devoted
উজ্জৰিত - প্ৰকাশিত , lighted
■ উত্তোলন - কোনো  বস্তু  ওপৰলৈ  তোলা  কাৰ্য , the act
   of  raising  upwards
উদ্দালক - এজন  মুনি , a sage

অনুশীলনী


১) কোৱা  আৰু  লিখা : 

ক) প্ৰফুল্ল  ক'লৈ  গৈছে  ?
উত্তৰ : প্ৰফুল্ল  দিল্লীলৈ  গৈছে ।

খ) লালকিল্লা  ক'ত  আছে ?
উত্তৰ : লালকিল্লা  পুৰণি  দিল্লীত  আছে ।

গ) হজৰত  মহম্মদ  ক'ত  উপজিছিল ?
উত্তৰ : হজৰত  মহম্মদ  মক্কাত  উপজিছিল ।

ঘ) খদ্দৰ  কাপোৰ  কাক  বোলে  ?
উত্তৰ : হাতে  কটা - বোৱা  কাপোৰক  খদ্দৰ  কাপোৰ
           বোলে ।

ঙ) সকলো  কামৰ  উদ্দেশ্য  কিয়  মহৎ  হ'ব  লাগে ?
উত্তৰ : জীৱনত  উন্নতি  কৰিবলৈ  হ'লে  সকলো  কামৰ
            উদ্দেশ্য  মহৎ  হ'ব  লাগে ।

২) তলত  দিয়া  শব্দসমূহৰ  বিপৰীত  শব্দ  লিখা ।

ক) খোৱা     নোখোৱা     খ) লাগে    নেলাগে
গ) গৈছিল    নগৈছিল     ঘ) আছে   নাই 
ঙ) পুৰণি     নতুন           চ) কৰিবা   নকৰিবা
ছ) দেখি      নেদেখি       জ) উচ্চ      নিম্ন
ঝ) বোলে    নোবোলে     ঞ) কোৱা  নোকোৱা

No comments:

Post a Comment

Dear reader , to know more information then comment your questions. I'm try to reply as soon as possible.

Most Featured Post

DISTRICT LEVEL INTERNAL EXAMINATION COMMITTEE | PRE-BOARD EXAMINATION 2022 | HINDI | CLASS - X | TRANSLATION INTO HINDI

निम्नलिखित वाक्यों को हिंदी में अनुवाद करो :  1. Gita said, "I shall go to school tomorrow." उत्तर: गीता ने कहा, " मैं कल स...