অনুশীলনী
উত্তৰ : সত্যনিষ্ঠা , ন্যায়পৰায়ণতা , দয়া , ক্ষমা আদি মহৎ গুণৰ অধিকাৰী ব্যক্তিক চৰিত্ৰৱান লোক বোলে ।
উত্তৰ : হিংসা , শঠতা , ক্ৰোধ , লোভ আদি দোষেৰে
উত্তৰ : চৰিত্ৰহীন লোকৰ দোষবোৰৰ বাবে আমাৰ সমাজত অশান্তিৰ সৃষ্টি হয় ।
উত্তৰ : চৰিত্ৰৱান লোকক লোভ , খং , চকুুুচৰহা আদি গুণে আক্ৰমণ কৰিব নোৱাৰে ।
উত্তৰ : চৰিত্ৰৱান লোকৰ শত্ৰু নাই ।
উত্তৰ : চৰিত্ৰৱান লোক চিৰকাল সোণৰ উজ্জ্বলতাৰ দৰে ।
উত্তৰ : চৰিত্ৰ ধন - বিদ্যাতকৈ ডাঙৰ ।
উত্তৰ : বেয়া সংগই অসৎ পথলৈ নিয়াৰ উপৰি কু - চৰিত্ৰ গঠন কৰি শাৰীৰিক আৰু মানসিকভাৱে ৰুগীয়া কৰে ।
উত্তৰ : আমাৰ কু-গুণবোৰ হৈছে খং , লোভ , হিংসা আদি ।
উত্তৰ : চৰিত্ৰ গঠনৰ ক্ষেত্ৰত সু - সংগই হৈছে উন্নতিৰ প্ৰধান আহিলা ।
১) তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা :
(ক) চৰিত্ৰৱান লোক কাক বোলে ?
উত্তৰ : সত্যনিষ্ঠা , ন্যায়পৰায়ণতা , দয়া , ক্ষমা আদি মহৎ গুণৰ অধিকাৰী ব্যক্তিক চৰিত্ৰৱান লোক বোলে ।
(খ) চৰিত্ৰহীন লোক কাক বোলে ?
উত্তৰ : হিংসা , শঠতা , ক্ৰোধ , লোভ আদি দোষেৰে
কলংকিত লোকক চৰিত্ৰহীন লোক বোলে ।
(গ) সমাজত অশান্তিৰ সৃষ্টি কিয় হয় ?
উত্তৰ : চৰিত্ৰহীন লোকৰ দোষবোৰৰ বাবে আমাৰ সমাজত অশান্তিৰ সৃষ্টি হয় ।
(ঘ) চৰিত্ৰৱান লোকক কিহে আক্ৰমণ কৰিব নোৱাৰে ?
উত্তৰ : চৰিত্ৰৱান লোকক লোভ , খং , চকুুুচৰহা আদি গুণে আক্ৰমণ কৰিব নোৱাৰে ।
(ঙ) কাৰ শত্ৰু নাই ?
উত্তৰ : চৰিত্ৰৱান লোকৰ শত্ৰু নাই ।
(চ) চৰিত্ৰৱান লোক কিহৰ দৰে ?
উত্তৰ : চৰিত্ৰৱান লোক চিৰকাল সোণৰ উজ্জ্বলতাৰ দৰে ।
(ছ) ধন - বিদ্যাতকৈ ডাঙৰ কি ?
উত্তৰ : চৰিত্ৰ ধন - বিদ্যাতকৈ ডাঙৰ ।
(জ) কিহে আমাক শাৰীৰিক আৰু মানসিকভাৱে ৰুগীয়া কৰে ?
উত্তৰ : বেয়া সংগই অসৎ পথলৈ নিয়াৰ উপৰি কু - চৰিত্ৰ গঠন কৰি শাৰীৰিক আৰু মানসিকভাৱে ৰুগীয়া কৰে ।
(ঝ) আমাৰ কু - গুণ কোনবোৰ ?
উত্তৰ : আমাৰ কু-গুণবোৰ হৈছে খং , লোভ , হিংসা আদি ।
(ঞ) উন্নতিৰ প্ৰধান আহিলা কি ?
উত্তৰ : চৰিত্ৰ গঠনৰ ক্ষেত্ৰত সু - সংগই হৈছে উন্নতিৰ প্ৰধান আহিলা ।
Sara Axom: Best Education Website
ReplyDeleteThank you for your lovely feedback. Try to give our best.
ReplyDelete